পেটৰ চৰ্বি কমোৱাত কেইটামান ঘৰুৱা কিটিপ

খাদ্য : আমাৰ শৰীৰক দৰকাৰী উপাদান সমুহ যেনে প্ৰটিন ভিটামিন খনিজ লৱন আইৰন চৰ্বি জাতীয় কাৰ্বহাইড‌্ৰেট আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়।
এই উপাদান সমুহ আমাৰ শৰীৰতো ভালদৰে চলি ফুৰিবলৈ অতিকৈ জৰুৰী।
যেতিয়াই আমাৰ শৰীৰত চৰ্বিৰ পৰিমাণ বাঢ়ি যায় তেতিয়াই আমাৰ শৰীৰে চৰ্বি সমূহ জমা কৰি ৰাখে।
আজিকালি আমাৰ প্ৰায় মানুহৰে মেদবহুলতা এটা সমস্যাৰ দৰেই হৈ পৰিছে।
আমি আমাৰ ব্যস্ত জীৱনত আমাৰ শৰীৰ তোৰ প্ৰতি সময়ৰ অভাৱৰ বাবে এই মেদবহুলতা বাঢ়ি গৈছে।লগতে খাদ্যৰ বাবেও
আজিকালি প্ৰায় খাদ্য ভেজাল।
তেল ৰ ব্যৱহাৰ বেছি
পেকেট জাতীয় খাদ্য
চিপছ ঠাণ্ডা পানীয় বটল
ৰেষ্টুৰেন্ট ৰ বেছি তেল দিয়া খাদ্য ।
ময়দা ৰ সামগ্ৰী ৰে বনোৱা খাদ্য ও শৰীৰ ৰ বাবে অপকাৰী ।
বেছি চেনি জাতীয় খাদ্য মেদবহুলতাৰ কাৰণ
অত্যাধিক তেল মাখন দিয়া খাদ্য বৰ্জন কৰিব লাগে ।
শাৰীৰিক ব্যায়াম :আজিৰ আধুনিক যুগত আমাৰ শাৰীৰিক পৰিশ‌্ৰম কমি গৈছে সকলো মানুহ এলেহুৱা হব ধৰিছে কাৰণ আমাৰ কামবোৰেই তেনেকুৱা ।সেইকাৰণে ব্যায়াম কৰিব লাগে কমেও আধা ঘন্টা
নহলে খোজ কাঢ়িব লাগে আধা ঘন্টা প্ৰতি দিনে