পয়তাচোৰা ৰ পৰা পৰিত্ৰাণ

পয়তাচোৰা ৰ পৰা পৰিত্ৰাণ
পয়তাচোৰা এনে এবিধ প্রাণী যি নেকি সকলোৰে ঘৰতে তাণ্ডৱ চলাই । ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায় ।
সদায় ঘৰৰ চৌপাশ আৰু ভিতৰ চাফা কৈ ৰাখিব। কাৰণ ইহঁত লেতেৰাত থাকে ।
বেচিন চাফা কৰি ৰাখিব।
Dustbin চাফা কৰি বাহিৰত ৰখাৰ ব্যৱস্থা কৰিব নহলে ঢাকি ৰখাৰ ব্যৱস্থা কৰিব।
পাকঘৰৰ ফুটবিলাক বন্ধ ৰাখিব ।
সদায় বাচন লগে লগে ধুই থব।
খোৱা বস্তু যতে ততে পেলাই নথব , ভালদৰে container ত ভৰাই থব l
এতিয়া আহো প্ৰতিকাৰ।।
Boric এচিড ৰ ব্যৱহাৰ কৰি পয়তাচোৰা নাশ কৰিব পাৰি ।।মজিয়াত boric acid ছটিয়াই ৰাখিব লাগে , এই কাম ৰাতি কৰিব লাগে ।
আৰু ৰাতিপুৱা আঁতৰাই দিব লাগে । কাৰণ সৰু লৰা ছোৱালী আৰু জীৱ জন্তুৰ পৰা আঁতৰত কৰিব লাগে ।
Baking sodaৰ ব্যৱহাৰ কৰিও পয়তাচোৰা আতৰ কৰিব পাৰি ।অলপ baking soda চেনী ৰ লগত মিহলাই থৈ দিব লাগে পয়তাচোৰা অহা ঠাই খিনিত

তেজপাত অলপ মোহাৰি পয়তাচোৰা চলা ফুৰা কৰা ঠাইত থব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *