সময়

সময়

খট খট খট খট
চলিছে এখনি ৰথ ।
প্ৰতি জনৰ আগে আগে
বিচৰা যদি তাৰ সমাধান ।
তুমি পাবা তাৰ প্ৰতিদান
সময় যে তাৰেই নাম ।
এই ৰথত উঠি যোৱা
আগুৱাবান সকলে নৰবা ।
কিন চিতে ৰৈ গলে
হেৰুৱাব নিজকে নিজে ।
আৰু এই ধুনীয়া পৃথিৱী
নেচাব সি তুমালৈ উভতি।
এই যে তাৰে আহ্বান
সময় যে তাৰেই নাম।

By Shasanka Gogoi

Leave a Comment

Your email address will not be published. Required fields are marked *