Month: May 2021

গেছৰ ঘৰুৱা সমাধান

গেছৰ ঘৰুৱা সমাধানআজিকালি  প্ৰত্যেক ঘৰতে গেছৰ সমস্যা আছে বুলি কলে ভুল নহব । গেছ থকাটো এতিয়া সাধাৰণ সমস্যা হৈ গৈছে । কিন্তু ইয়াক সময়তেই ঠিক নকৰিলে ই বহুত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে , মৃত্যু পৰ্যন্ত হব পাৰে । গেছৰ পৰা কোষ্ঠকাঠিন্য হোৱা দেখা যায় । লিভাৰৰ সমস্যা ও গেছ ৰ পৰা হোৱা দেখা যায়।  …

গেছৰ ঘৰুৱা সমাধান Read More »

জেঠীৰ ৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা আৰু সহজ উপায়।

জেঠীৰ ৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা আৰু সহজ উপায়।।।     আমাৰ সকলোৰে ঘৰত দেখিবলৈ পোৱা এবিধ প্ৰাণী হল জেঠী।  জেঠী এবিধ উপকাৰী প্ৰাণী বুলিয়ে কব পাৰি , কাৰণ ই অনিষ্টকাৰী পোক পৰুৱা খাই আমাক সহায় কৰে , তথাপিও কিছুমান সময়ত জেঠীৰ পৰিমাণ বাঢ়ি যায় আৰু আমাক অনিষ্ট কৰে , যতে ততে বিষ্ঠা পেলাই আমাক বিপদত পেলাই …

জেঠীৰ ৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা আৰু সহজ উপায়। Read More »

কলৰ পৰা কলপাতলৈ উপকাৰীতা

কলৰ পৰা কলপাতলৈ উপকাৰীতাকল এবিধ ভাল ফল , কল খালে আমি তৎক্ষণাত শক্তি আহৰণ কৰিব পাৰো । পকা কল খোৱা হয় ,বিভিন্ন ধৰণৰ dish ত ব্যৱহাৰ হয়। banana shake খাবলৈও ভাল, লগতে পুষ্টিকৰ ।কলত potassium  vitamin B6 vitamin C fiber থাকে , এইবিলাক শৰীৰ ভালে ৰখাৰ কাৰণে বহুত আৱশ্যক ।পকা কল খোৱাৰ উপৰিও কলৰ গা …

কলৰ পৰা কলপাতলৈ উপকাৰীতা Read More »

Exercise নিয়মাৱলী

Exercise নিয়মাৱলীExercise আমাৰ শৰীৰৰ বাবে বহুত দৰকাৰী ।exercise এ আমাক fit ৰখাত সহায় কৰে ।কিন্তু exercise কৰাৰ সঠিক নিয়ম পালন কৰিলেহে তাৰ সুফল অতি সোনকালে পাব পাৰি। আমি আজিকালি বহু সংখ্যক লোকেই gym ত গৈ exercise কৰে আৰু কয় যে তেওঁলোকে মনে বিচৰা ফল সোনকালে পোৱা নাই ।অকল gym ত গৈ exercise কৰিলেই নহব তাৰ …

Exercise নিয়মাৱলী Read More »

পয়তাচোৰা ৰ পৰা পৰিত্ৰাণ

পয়তাচোৰা ৰ পৰা পৰিত্ৰাণপয়তাচোৰা এনে এবিধ প্রাণী যি নেকি সকলোৰে ঘৰতে তাণ্ডৱ চলাই । ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায় ।সদায় ঘৰৰ চৌপাশ আৰু ভিতৰ চাফা কৈ ৰাখিব। কাৰণ ইহঁত লেতেৰাত থাকে ।বেচিন চাফা কৰি ৰাখিব।Dustbin চাফা কৰি বাহিৰত ৰখাৰ ব্যৱস্থা কৰিব নহলে ঢাকি ৰখাৰ ব্যৱস্থা কৰিব।পাকঘৰৰ ফুটবিলাক বন্ধ ৰাখিব ।সদায় বাচন লগে লগে ধুই …

পয়তাচোৰা ৰ পৰা পৰিত্ৰাণ Read More »

Magical Aloevera

চমৎকাৰী ছালকোঁৱৰীছালকোঁৱৰী aloevera ৰ আমাৰ দৈনিক জীৱনৰ অতিকৈ উপকাৰী উদ্ভিদ ।Aloevera ৰ উপকাৰীতা লিখি শেষ কৰিব নোৱাৰকৈ আছে , আজি তাৰে কেইটামান ব্যৱহাৰ ৰ বিষয়ে আলোচনা কৰিম ।Skin ৰ বাবে alovera আটাইতকৈ বেছি উপকাৰী।ছালখন কোমল মিহি দাগবিহীন কৰিবৰ আৰু ডেকা কৰি ৰাখিবলৈ aloevera ৰ সমান আৰু একো নাই বুলিব পাৰি ।Aloevera কেনেকৈ ব্যৱহাৰ কৰিব লাগে …

Magical Aloevera Read More »

মেদবহুলতা কমোৱা ৰ ঘৰুৱা কিছুমান সহজ উপায়।

আজিকালি  সততে শুনিবলৈ পোৱা এটা শব্দ মেদবহুলতা ।এই মেদবহুলতা আমি ঘৰতে কিছুমান সহজ উপায়েৰে কমাব পাৰো।আজি আমি এই বিষয়ে অলপ ঘৰুৱা দিহা আগবঢ়াম।1 ৰাতিপুৱা প্ৰায় আধা ঘন্টা খোজ কাঢ়া আৰম্ভ কৰক আপুনি নিজেই দেখিব আপুনি দিনটোৰ বাবে সতেজ অনুভৱ কৰিব, দুৰ্বলতা এলাহ ভাব আঁতৰ হব,লগতে আপোনাৰ ওজন ও কমিব লাহে লাহে।খোজ কাহোঁতে সদায় প্ৰথমে লাহে …

মেদবহুলতা কমোৱা ৰ ঘৰুৱা কিছুমান সহজ উপায়। Read More »

গৰমৰ দিনত আমাৰ স্কিন ৰ যতন লগতে শৰীৰৰ যতন

গৰমৰ দিনত sunburn হোৱা দেখা যায় ।স্কিনৰ rash হোৱা , খজটি , কলা পৰা ,ৰঙা পৰা , উজ্বলতা কম হোৱা , স্কিনৰ টেলেটিয়া হোৱা, ঘামচি হোৱা আমি সততে দেখিব পাওঁ ।এইবিলাক সমস্যাৰ ঘৰুৱা উপায় অৱলম্বন কৰি বহুত সুফল পাৱ পাৰি । তাৰ বাবে পইচা খৰচ কৰিবও নালাগে ।1গৰমৰ দিনত বাহিৰত ওলাই গলে সদায় ছাতি ব্যৱহাৰ …

গৰমৰ দিনত আমাৰ স্কিন ৰ যতন লগতে শৰীৰৰ যতন Read More »

পেটৰ চৰ্বি কমোৱাত কেইটামান ঘৰুৱা কিটিপ

খাদ্য : আমাৰ শৰীৰক দৰকাৰী উপাদান সমুহ যেনে প্ৰটিন ভিটামিন খনিজ লৱন আইৰন চৰ্বি জাতীয় কাৰ্বহাইড‌্ৰেট আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়।এই উপাদান সমুহ আমাৰ শৰীৰতো ভালদৰে চলি ফুৰিবলৈ অতিকৈ জৰুৰী।যেতিয়াই আমাৰ শৰীৰত চৰ্বিৰ পৰিমাণ বাঢ়ি যায় তেতিয়াই আমাৰ শৰীৰে চৰ্বি সমূহ জমা কৰি ৰাখে।আজিকালি আমাৰ প্ৰায় মানুহৰে মেদবহুলতা এটা সমস্যাৰ দৰেই হৈ পৰিছে।আমি আমাৰ ব্যস্ত জীৱনত …

পেটৰ চৰ্বি কমোৱাত কেইটামান ঘৰুৱা কিটিপ Read More »