a2ztips

সময়

সময় খট খট খট খটচলিছে এখনি ৰথ ।প্ৰতি জনৰ আগে আগেবিচৰা যদি তাৰ সমাধান ।তুমি পাবা তাৰ প্ৰতিদানসময় যে তাৰেই নাম ।এই ৰথত উঠি যোৱাআগুৱাবান সকলে নৰবা ।কিন চিতে ৰৈ গলেহেৰুৱাব নিজকে নিজে ।আৰু এই ধুনীয়া পৃথিৱীনেচাব সি তুমালৈ উভতি।এই যে তাৰে আহ্বানসময় যে তাৰেই নাম। By Shasanka Gogoi

সুখবোৰ

সুখবোৰ খামুচি ধৰি বিষাদ বোৰ পাহৰি আগবাঢ়ি যোৱাই হৈছে জীৱন ।।।। ।। মধুস্মিতা ।।

দুদিনিয়া জীৱন

দুদিনিয়া জীৱন টোক এগছি চাকি ৰ দৰে উজলাই টুলা তেতিয়া হে আন্ধাৰ ৰাতি বাট বোৰ নেওচিব পাৰি। By : Shasanka Gogoi

পৰুৱাৰ পৰা আপুনি পৰিত্ৰাণ পাব বিচাৰে নেকি

পৰুৱাৰ পৰা আপুনি পৰিত্ৰাণ পাব বিচাৰে নেকি, যদি বিচাৰে জানো আহক কেনেকৈ ।। বাৰিষা সময়ত পৰুৱাই আমাক বহুত অশান্তি দিয়ে, খোৱা বস্তু , বিস্কুইট, মিঠাবস্তু ,আনকি আমাৰ কাপোৰ কানি বিছনা ত উঠে আৰু বহু সময়ত বহুত অসুবিধাৰ সৃষ্টি কৰে । আজি আমি কিছুমান ঘৰুৱা উপায় আলোচনা কৰিম পৰুৱা আঁতৰ কৰাৰ ।চক পেঞ্চিল  ত কেলচিয়াম কাৰ্বনেট …

পৰুৱাৰ পৰা আপুনি পৰিত্ৰাণ পাব বিচাৰে নেকি Read More »

lockdown ত ঘৰতে কৰিব পৰা কাম

এতিয়া lockdown ত ঘৰতে এনেই থকাত কৈ কৰিব পৰা কেইটামান কামৰ বিষয়ে আজি আলোচনা কৰিম । এই post টু কেৱল কৰ্মৰ প্ৰতি আগ্ৰহী সকলৰ বাবেহে ।      এতিয়া আমি সকলোৱে ঘৰতে থাকি আমনি অনুভৱ কৰিছো , সকলো লোকৰে মাজত অতি কৰ্মসূলভ মন নিহিত হৈ থাকে কিন্তু নিজৰ কতৱ্য ৰ বাবে এই  কামখিনি কৰিব নোৱাৰে …

lockdown ত ঘৰতে কৰিব পৰা কাম Read More »

গেছৰ ঘৰুৱা সমাধান

গেছৰ ঘৰুৱা সমাধানআজিকালি  প্ৰত্যেক ঘৰতে গেছৰ সমস্যা আছে বুলি কলে ভুল নহব । গেছ থকাটো এতিয়া সাধাৰণ সমস্যা হৈ গৈছে । কিন্তু ইয়াক সময়তেই ঠিক নকৰিলে ই বহুত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে , মৃত্যু পৰ্যন্ত হব পাৰে । গেছৰ পৰা কোষ্ঠকাঠিন্য হোৱা দেখা যায় । লিভাৰৰ সমস্যা ও গেছ ৰ পৰা হোৱা দেখা যায়।  …

গেছৰ ঘৰুৱা সমাধান Read More »

জেঠীৰ ৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা আৰু সহজ উপায়।

জেঠীৰ ৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা আৰু সহজ উপায়।।।     আমাৰ সকলোৰে ঘৰত দেখিবলৈ পোৱা এবিধ প্ৰাণী হল জেঠী।  জেঠী এবিধ উপকাৰী প্ৰাণী বুলিয়ে কব পাৰি , কাৰণ ই অনিষ্টকাৰী পোক পৰুৱা খাই আমাক সহায় কৰে , তথাপিও কিছুমান সময়ত জেঠীৰ পৰিমাণ বাঢ়ি যায় আৰু আমাক অনিষ্ট কৰে , যতে ততে বিষ্ঠা পেলাই আমাক বিপদত পেলাই …

জেঠীৰ ৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা আৰু সহজ উপায়। Read More »

কলৰ পৰা কলপাতলৈ উপকাৰীতা

কলৰ পৰা কলপাতলৈ উপকাৰীতাকল এবিধ ভাল ফল , কল খালে আমি তৎক্ষণাত শক্তি আহৰণ কৰিব পাৰো । পকা কল খোৱা হয় ,বিভিন্ন ধৰণৰ dish ত ব্যৱহাৰ হয়। banana shake খাবলৈও ভাল, লগতে পুষ্টিকৰ ।কলত potassium  vitamin B6 vitamin C fiber থাকে , এইবিলাক শৰীৰ ভালে ৰখাৰ কাৰণে বহুত আৱশ্যক ।পকা কল খোৱাৰ উপৰিও কলৰ গা …

কলৰ পৰা কলপাতলৈ উপকাৰীতা Read More »

Exercise নিয়মাৱলী

Exercise নিয়মাৱলীExercise আমাৰ শৰীৰৰ বাবে বহুত দৰকাৰী ।exercise এ আমাক fit ৰখাত সহায় কৰে ।কিন্তু exercise কৰাৰ সঠিক নিয়ম পালন কৰিলেহে তাৰ সুফল অতি সোনকালে পাব পাৰি। আমি আজিকালি বহু সংখ্যক লোকেই gym ত গৈ exercise কৰে আৰু কয় যে তেওঁলোকে মনে বিচৰা ফল সোনকালে পোৱা নাই ।অকল gym ত গৈ exercise কৰিলেই নহব তাৰ …

Exercise নিয়মাৱলী Read More »