Exercise নিয়মাৱলী

Exercise নিয়মাৱলী
Exercise আমাৰ শৰীৰৰ বাবে বহুত দৰকাৰী ।exercise এ আমাক fit ৰখাত সহায় কৰে ।কিন্তু exercise কৰাৰ সঠিক নিয়ম পালন কৰিলেহে তাৰ সুফল অতি সোনকালে পাব পাৰি। আমি আজিকালি বহু সংখ্যক লোকেই gym ত গৈ exercise কৰে আৰু কয় যে তেওঁলোকে মনে বিচৰা ফল সোনকালে পোৱা নাই ।
অকল gym ত গৈ exercise কৰিলেই নহব তাৰ নিয়ম বিলাক শুদ্ধ হব লাগিব সেয়েহে gym instructor ক সুধি হে exercise কৰিব লাগে ,নিজৰ weight অনুপাতে হে যিকোনো exercise ৰ weight দাঙিব লাগে নহলে কুফল হে পোৱা যাব। লগতে কেতিয়াবা আনক দেখি বহুতে কৰিব যায় সেইবোৰ কেতিয়াও কৰিব নালাগে সদায় অভিজ্ঞ জনক সুধি হে কৰিব লাগে
খাদ্যৰ ক্ষেত্ৰতো কিছুমান নিয়ম পালন কৰিলে সোনকালে সুফল পাব পাৰি ।  বহুতো পুৰুষ মহিলাই ব্যায়াম কৰাৰ আগত একো নোখোৱাকৈ আৰম্ভ কৰে। যিটো এটা ভুল concept ।আমি exercise কৰিবলৈ আমাক শক্তিৰ প্ৰয়োজন হয় ,আৰু সেই শক্তি আমি খাদ্যৰ পৰা লাভ কৰোঁ।
Carbohydrate এ আমাৰ শৰীৰত শক্তি যোগাই।
ভাত ৰুটি চিৰা oats আদিত carbohydrate থাকে। কেতিয়াও অধিক দুর্বল হোৱা লৈকে exercise কৰিব নালাগে । যেতিয়াই পিয়াহ অনুভৱ হয় তেতিয়াই পানী খাব লাগে ,নহওক শৰীৰত পানী কমি dehydration হোৱাৰ সম্ভাৱনা থাকে । আমাৰ এটা সুস্থ শৰীৰ হোৱাৰ হে কামনা কৰিব লাগে  প্ৰতিযোগিতা নহয়। ।নমস্কাৰ।।
       

Leave a Comment

Your email address will not be published. Required fields are marked *