Magical Aloevera

চমৎকাৰী ছালকোঁৱৰী
ছালকোঁৱৰী aloevera ৰ আমাৰ দৈনিক জীৱনৰ অতিকৈ উপকাৰী উদ্ভিদ ।
Aloevera ৰ উপকাৰীতা লিখি শেষ কৰিব নোৱাৰকৈ আছে , আজি তাৰে কেইটামান ব্যৱহাৰ ৰ বিষয়ে আলোচনা কৰিম ।
Skin ৰ বাবে alovera আটাইতকৈ বেছি উপকাৰী।
ছালখন কোমল মিহি দাগবিহীন কৰিবৰ আৰু ডেকা কৰি ৰাখিবলৈ aloevera ৰ সমান আৰু একো নাই বুলিব পাৰি ।
Aloevera কেনেকৈ ব্যৱহাৰ কৰিব লাগে — গছৰ পৰা directly লগাব পাৰি।কেৱল বাকলিখন পাতল কৈ গুচাই ললেই হল , এটা gel নিচিনা পদাৰ্থ ওলাব সেইখিনি পাত্ৰ এটাত গোতাই লগাবা পাৰি, freeze ত থলে এক সপ্তাহ মনলৈ ৰাখিব পাৰি । মুখত cleanser হিচাপে লগালে gel খিনি cream লগোৱাৰ দৰে লগালেই হল।
খজটি হলেও aleovera বহুত ফলদায়ী
সৰুসুৰা কটা চিঁয়া ত antiseptic ৰ কাম কৰে  আৰু সোনকালে শুকুৱাত সহায় কৰে।
শুকান ছাল ত সজীৱতা অনাত সহায় কৰে।
বলিৰেখা দূৰ কৰাত সহায় কৰে ।
দাগ দূৰ কৰে , চকুৰ গুৰি কলা পৰা দূৰ কৰে।
চকুৰ ফুলা কোমোৱাটো সহায় কৰে ।

Sunburn কম কৰাত সহায় কৰে।
Eczema  psoriasis দৰে জটিল ৰোগটো ই সহায়ক।
Aloevera gel সেৱন কৰিলেও বহুত ভাল ফল পোৱা যায় ।
Aloevera চুলিৰ বাবেও বহু উপকাৰী।
চুলিৰ উফি দূৰ কৰাত , খজুৱতি , আৰু শুকান চুলি ৰ সমস্যা দূৰ কৰাত সহায়ক।
চুলিৰ বাবে ই conditioner ৰ দৰে ব্যৱহাৰ কৰিব পাৰি।
Makup remover হিচাপেও aloevera ব্যৱহাৰ কৰিব পাৰি।
ডায়েবেটিচ ৰুগীয়ে ইয়াক diabetic control কৰিবলৈ ও ব্যৱহাৰ কৰে।।।

Leave a Comment

Your email address will not be published. Required fields are marked *